User:Lakhimoni Gogoi
Appearance
সৃষ্টিশীল লেখাৰ ধৰণ চাৰিপ্ৰকাৰৰ-
১/ ব্যাখ্যামূলক ২/ বৰ্ণনামূলক ৩/ প্ৰত্যয়মূলক ৪/ বৃত্তান্তমূলক ব্যাখ্যামূলক লেখনি(expository writing): কিবা এটা বিষয় উথাপন কৰাটোৱেই মূল উদ্দেশ্য। লেখকৰ ব্যক্তিগত মন্তব্য নাথাকে। বিষয় একোটাৰ ব্যাখ্যাহে থাকে। বৰ্ণনামূলক বা অভিব্যক্তিমূলক লেখা: সাধাৰণতে কাব্যিক। লেখকৰ অভিজ্ঞতাৰ জলঙাৰে স্থান, ব্যক্তি আদিৰ বিষয়ে বৰ্ণনা তুলি ধৰে। প্ৰত্যয়মূলক লেখনি: বাতৰি কাকতৰ স্তম্ভ আৰু সম্পাদকীয় বিজ্ঞাপন বৃত্তান্তমূলক: উপন্যাস কবিতা জীৱনী আদি।