User:Bhupen Hira
Appearance
Bhupen Hira : Bhupen Hira born in 1997,09 January Thursday At Nagaon G.D nursing home Evening 07:35 pm. Bhupen Hira nike name babu.
ভূপেন হীৰা : ভূপেন হীৰাৰ জন্ম ১৯৯৭ চনৰ ০৯ জানুৱাৰী বৃহস্পতি বাৰে নগাঁও জিলাৰ জি.ডি নাচিং হোমত… ঠিক সন্ধিয়া ০৭:৩৫ মিনিতট । ভূপেন হীৰাৰ ঘৰত মাতা নাম বাবু ।
Father's name: Mr Nareshwar Hira Mother's name: Ms Purnimai Hira দেউতাকৰ নাম : শ্ৰী নৰেশ্বৰ হীৰা মাকৰ নাম : শ্ৰী পূৰ্ণীমাই হীৰা
বাসস্থান : জিলা- নগাঁও, থানা- কামপুৰ, গাওঁ- বাহাকাবাৰী আটিগাওঁ, ডাকঘৰ- পূব-গুইমাৰী, ব্ল'ক- ৰহা
, পিন- ৭৮২৪২৫
জাতি : হিন্দু ( অসমীয়া )
শিক্ষাগত অৰ্হতা : দ্বাদশ শ্ৰণী উত্তিৰ্ণ… পাছলৈ পঢ়াৰ মন আছিল কিন্ত তেনেতে সমাপ্ত দিব লগীয়া হ'ল । ২০১৮ চনৰ নবেম্বৰ মাহৰ ৩০ তাৰিখ শনিবাৰে ভূপেন হীৰা এবাৰ মিছা কাৰণতে জেললৈ জাব লগা হৈছিল পাছত ন্যায়লয়ে দুখমুক্ত বুলি এৰি দিয়ে…
২০১৯ চনৰ ০৪ এপ্ৰিল তাৰিখে বিবাহ পাষত আবদ্ধ হয় ।
পত্নিৰ নাম শ্ৰী দিপা দাস ( হীৰা )……
২০২১ চনৰ ২৩ জানুৱাৰী তাৰিখে ভূপেন হীৰাৰ সংষাৰত এটি ল'ৰা শিশুৰ জন্ম হয় ।
লৰাটিৰ নাম শ্ৰী আয়ুস মান হীৰা ।
লগতে অসমীয়া সামাজিক নাটকৰ লগত বিশেষ ভাৱে জৰিত, স্মাৰক আৰু অভিনয়ৰ লগতে গীত গাইয়ো খুব ভাল পায় ।
বৰ্তমান কামৰ সন্ধানত………